বাঁহৰ সামগ্ৰী নিৰ্মাণত ব্যস্ত জানিগোগৰ যুৱক-যুৱতী - ক্ষুদ্ৰ উদ্যোগ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4446009-thumbnail-3x2-dfsdfdsffgggh.jpg)
বাঁহৰ সামগ্ৰী তৈয়াৰ কৰি স্বাৱলম্বী হৈছে জানিগোগ গাঁৱৰ শিক্ষিত যুৱক যুৱতী ৷ গাঁওখনৰ যুৱক-যুৱতী সকলো ব্যস্ত হৈ পৰিছে বাঁহৰ সামগ্ৰী নিৰ্মাণত । কোনোৱাই যদি ডুলি তৈয়াৰ কৰাত ব্যস্ত আন কোনোবাই আকৌ খৰাহি নিৰ্মাণত ব্যস্ত হৈ পৰিছে । গাঁৱখনৰ প্ৰতিঘৰ পৰিয়ালতে এতিয়া গঢ় লৈ উঠিছে এই সমূহ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ । চাওঁক ই টি ভি ভাৰতৰ এক প্ৰতিবেদন..