Theft at Amsoi Gramin Vikash Bank : আমচৈৰ অসম গ্ৰামীণ বিকাশ বেংকত চুৰি - Bank robbery in Amsoi

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 21, 2022, 4:28 PM IST

আৰক্ষীৰ কঠোৰ পদক্ষেপৰ পিছতো ৰাজ্য়ত দিনক দিনে বৃদ্ধি হৈ আছে চুৰি-ডকাইতিৰ ঘটনা (Bank robbery in Amsoi)। ইয়াৰ মাজতেই নগাঁও জিলাৰ আমচৈত বেংকত চুৰিকাণ্ড সংঘটিত হৈছে । আমচৈ গ্ৰামীণ বিকাশ বেংকত বুধবাৰে নিশা সংঘটিত হয় এক চুৰিকাণ্ড (Theft at Amsoi Gramin Vikash Bank)। আমচৈ বজাৰস্থিত গ্ৰামীণ বিকাশ বেংকৰ শাখাটোত নিশা চোৰে প্ৰবেশ কৰি লৈ যায় তিনিটা কম্পিউটাৰসহ এটা বেটেৰী । আনহাতে, বেংকৰ লকাৰ ভঙাৰ চেষ্টাও কৰা বুলি জানিব পৰা গৈছে। পুৱা স্থানীয় ৰাইজে এই বিষয়ে জানিব পাৰি আৰক্ষীক খবৰ দিয়ে । পিছত ঘটনাস্থলীত উপস্থিত হৈ আমচৈ আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.