টীয়ক FRU ত ৰোগীৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়া অব্যাহত

By

Published : Oct 9, 2022, 10:57 PM IST

Updated : Oct 10, 2022, 2:54 PM IST

thumbnail

উচ্চৰক্ত চাপত ভোগা টীয়কৰ জগদুৱাৰ সোণাৰী গাঁৱৰ নাৰায়ণ হাজৰিকা নামৰ এজন ৰোগীক জৰুৰীকালীন অৱস্থাত আনিছিল টীয়ক FRU লৈ । কিন্তু সেই সময়ত কৰ্মৰত চিকিৎসকগৰাকী চিকিৎসালয়ত উপস্থিত নথকাৰ বাবে ৰোগীজনে মৃত্যুক আকোৱালি লয়(Patient died absence of doctor in Teok) । যাক লৈ এতিয়া টীয়কৰ সকলো দল সংগঠন তথা সচেতন ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে(Reaction to the patient death on Teok FRU) । দেওবাৰে পুৱাই টীয়ক FRU ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ টীয়ক আঞ্চলিকৰ সদস্যসকল উপস্থিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে শীঘ্ৰেই উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিবলৈ দাবী জনাইছে ।

Last Updated : Oct 10, 2022, 2:54 PM IST

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.