নাজিৰাত ভোটাধিকাৰ সাব্যস্ত শাসক-বিৰোধীৰ

By

Published : Mar 27, 2021, 3:33 PM IST

thumbnail
আজি ৰাজ্যজুৰি অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া । পুৱা সাত বজাৰ লগে লগেই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰসকলে সাব্যস্ত কৰিছে ভোটাধিকাৰ ৷ আন আন সমষ্টিসমূহৰ দৰে ১০৪ নং নাজিৰা বিধানসভা সমষ্টিটো ভোটাৰসকলৰ সৈতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াই নাজিৰাৰ জলসম্পদ উপ সংমণ্ডলৰ কাৰ্যালয়ত ভোটদান কৰে । একেলগে সমষ্টিটোৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ময়ূৰ বৰগোঁহাইয়ে বালিঘাট জনজাতি প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.