উদালি কাণ্ডৰ অন্যতম অভিযুক্ত হেলাল উদ্দিনক ন্যায়িক জিম্মালৈ প্ৰেৰণ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 11, 2021, 8:59 PM IST

উদালিত চিকিৎসক প্ৰহাৰ কাণ্ড(doctor attack incident)ৰ অন্যতম অপৰাধী হেলাল উদ্দিনক 14 দিনৰ ন্যায়িক জিম্মা(judicial custody)লৈ প্ৰেৰণ ৷ লংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হেলাল উদ্দিনক শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰোৱাৰ পাচত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় । উল্লেখ্য যে, অপৰাধী হেলাল উদ্দিনে উদালি কাণ্ডৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল কৰিছিল । হেলাল উদ্দিনৰ উচতনিত সংঘটিত হৈছিল চিকিৎসক নিগ্ৰহ কাণ্ড । ইতিমধ্যে উদালি কাণ্ডৰ আটক হৈছে 29 গৰাকী অভিযুক্ত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.