গহপুৰত ধোঁৱাচাঙত সামাজিক দূৰত্ব

🎬 Watch Now: Feature Video

thumbnail
ৰাজ্যৰ চৌদিশে এতিয়া ক’ভিড-19 ৰ আতংকময় পৰিবেশ ৷ এনে ক্ষেত্ৰত গহপুৰত ধোঁৱাচাঙত উঠিল ক’ভিড প্ৰট’কল । গহপুৰ অসামৰিক চিকিৎসালয়ৰ ক'ভিড চেণ্টাৰত প্ৰতিষেধক ল'বলৈ অহা ব্যক্তিয়ে মনা নাই সামাজিক দূৰত্ব । ক'ভিড প্ৰতিষেধক কেম্পৰ সংখ্যা কম হোৱাৰ বাবে সমস্যাত পৰিছে ৰাইজ । এই প্ৰতিষেধক ল'বলৈ অহা ৰাইজৰ মাজতো দেখা গ'ল হেতা-ওপৰা । সামাজিক দূৰত্ব অবিহনে প্ৰায় দুশ মানুহে ভীৰ কৰে ক'ভিডৰ প্ৰতিষেধক কেন্দ্ৰটোত ৷ সম্প্ৰতি ক’ভিড সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি‌ প্ৰতিষেধক কেন্দ্ৰ বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে ৰাইজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.