অনিদিষ্ট কালৰ বাবে বন্ধ মাজুলী নিমাতী ফেৰী সেৱা - Nimatighat ferry service suspended for indefinite time
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15292602-thumbnail-3x2-bn.jpg)
দেওবাৰৰ পৰা পুনৰ নিমাতী-মাজুলীৰ মাজত বন্ধ হ’ল ফেৰী সেৱা ( ferry service suspended in Majuli) ৷ ব্ৰহ্মপুত্ৰ নদীৰ জলৰাশি বৃদ্ধি হোৱাৰ ফলত মাজুলী জিলা প্ৰশাসনে আজিৰ পৰা অনিদিষ্ট কাললৈ মাজুলী নিমাতী সংযোগী ফেৰী সেৱা বন্ধ ৰাখিছে (Nimatighat ferry service suspended for indefinite time) । মাজুলী জিলা প্ৰশাসনে তৎকালীনভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে । কিয়নো বিগত কেবাদিনো ধৰি ধাৰাসাৰ বৰষুণ হোৱাৰ বাবে ফেনে-ফোটোকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ ।