ক’ভিড প্ৰট’কল ভংগ : নলবাৰীৰ বজাৰত আৰক্ষীৰ তহল - নলবাৰীত কৰ’ণাত আক্ৰান্ত

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 16, 2021, 10:25 AM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো দ্ৰুত হাৰত বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷ নলবাৰী চৌদিশে এতিয়া কেৱল মাথো কৰ’ণাতংক ৷ কিন্তু ইমানৰ পাচতো নলবাৰী চহৰৰ মাজমজিয়াৰ বজাৰসমূহত দেখা গ’ল ক’ভিড প্ৰট’কলৰ এক ওলোটা ছবি ৷ বজাৰত গ্ৰাহক-বিক্ৰেতাৰ মাজত নাই কোনো সামাজিক দূৰত্ব ৷ অৱশেষত, চৰকাৰী নিৰ্দেশনা সম্পূৰ্ণৰূপে উলংঘন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে বজাৰে বজাৰে উপস্থিত হৈ সকলোকে ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনাই নলবাৰী আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.