বিহালীত ৰঞ্জিত দত্তৰ তৃতীয়টো পদযাত্ৰা - বিহালীত ৰঞ্জিত দত্ত তৃতীয়টো পদযাত্ৰা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11024452-thumbnail-3x2-vj.jpg)
বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিনহে বাকী । ২৭ মাৰ্চত অসমত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । অসমৰ আন আন সমষ্টিৰ লগতে বিশ্বনাথ জিলাতো এতিয়া দেখা গৈছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা ৷ দলীয় প্ৰাৰ্থীত্ব লাভ কৰা প্ৰাৰ্থীসকলৰ মাজতো তৎপৰতা বৃদ্ধি পাইছে । ৰাজ্যৰ আন আন সমষ্টিসমূহৰ লগতে ৭৭ নং বিধানসভা সমষ্টিতো বিজেপি দলৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্তই চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ সোমবাৰে সন্ধিয়া ৰতোৱা ছেন্টাৰৰ পৰা জিনজিয়া ছেন্টাৰ হৈ প্ৰায় ৭ কিলোমিটাৰ পথ পদযাত্ৰাৰে প্ৰায় ৭ হাজাৰৰো অধিক দলীয় কৰ্মীক লগত লৈ জিনজিয়া ৰংঘ মঞ্চত উপস্থিত হয় বিজেপি দলৰ মনোনীত প্ৰাৰ্থী গৰাকী ।
Last Updated : Mar 16, 2021, 8:48 AM IST