লাডাখ আন্তঃৰাষ্ট্ৰীয় সংগীত মহোৎসৱৰ সফল সামৰণি - সংগীত মহোৎসৱ

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 10, 2022, 7:18 PM IST

গীত-নৃত্যৰ সমাহাৰৰ মাজেৰে লেহত সামৰণি পৰিল পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত লাডাখ আন্তঃৰাষ্ট্ৰীয় সংগীত মহোৎসৱ ৷ মহোৎসৱৰ সামৰণি অনুষ্ঠানত সংগীত শিল্পী জয় বৰুৱাইও পৰিৱেশন কৰিলে সংগীত (First Ladakh International Music Festival concludes) ৷ উল্লেখ্য যে, লেহৰ ৰেজাংলাত অনুষ্ঠিত হৈছিল এই সংগীত সমাৰোহখনি (Ladakh Music Festival) ৷ সাগৰ পৃষ্ঠৰ পৰা 17,688 ফুট উচ্চতাত অৱস্থিত ৰেজাংলাত 1962 ৰ চীনা আক্ৰমণত(Rezangla war 1962) শ্বহীদ হোৱা বীৰ যোদ্ধাসকলৰ সোঁৱৰণত এই সংগীত মহোৎসৱখনি আয়োজন কৰি অহা হৈছে । ৰেজাংলা যুদ্ধ স্মাৰক পৰিসৰত আয়োজিত এই সংগীত মহোৎসৱত দেশ-বিদেশ বহু সংগীত শিল্পীয়ে অংশগ্ৰহণ কৰাৰ লগতে ভালে সংখ্যক পৰ্যটকে ভাগ লোৱা পৰিলক্ষিত হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.