সহায় বিচাৰি চনু চুডৰ বাসগৃহত ভিৰ একাংশ দৰিদ্ৰৰ - চনু চুডৰ সাহায্য
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12047095-thumbnail-3x2-s.jpg)
ক’ভিড মহামাৰীৰ ফলত আৰ্থিক সংকটত ভোগা লোকসকলৰ বাবে আগবাঢ়ি আহিছে বলীউডৰ অভিনেতা তথা সমাজসেৱক চনু চুড ৷ দেওবাৰে অভিনেতাগৰাকীৰ বাসগৃহৰ বাহিৰত সহায় বিচাৰি অহা দৰিদ্ৰ লোকসকলক প্ৰত্যক্ষভাৱে লগ ধৰে অভিনেতাগৰাকীয়ে । তেওঁৰ ওচৰলৈ অহা দৰিদ্ৰসকলক ঔষধ আৰু অন্যান্য সাহায্য প্ৰদান কৰে চনু চুডে ৷