জাকজমকতাৰ পৰা কিছু ব্যতিক্ৰম টীয়কৰ এখন পূজা মণ্ডপ - Different kind of Durga Puja Celebration

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 4, 2022, 12:05 PM IST

আজি মহানৱমী (Maha Navami 2022)। ধৰ্মীয় ৰীতিৰে চলিছে মা দুৰ্গাৰ পূজা–অৰ্চনা । চৌদিশে মংগলময় পৰিৱেশ (Durga Puja in Assam) ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লেখিয়াকৈ টীয়কতো দেখা গ’ল ভক্তৰ সমাগম ৷ টীয়কৰ হিন্দু ধৰ্মোৎসৱৰ পূজা মণ্ডপত আজি মহানৱমীৰ দিনা পুৱাৰ পৰাই পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ সমান্তৰালকৈ আইসকলৰ গোঁসানী নামে এক আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, এইখন পূজা মণ্ডপ অন্য পূজা মণ্ডপতকৈ কিছু ব্যতিক্ৰম ৷ ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ স্মৃতি বিজৰিত শতবৰ্ষ গৰকা এই পূজাস্থলীত জাকজমকতাৰ পৰিৱৰ্তে কেৱল আধ্যাত্মিক পৰিৱেশ দেখা পোৱা গ’ল (Different kind of Durga Puja Celebration)।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.