চিৰাং জিলাত আৰম্ভ হৈছে অসম বিধান সভা নিৰ্বাচনৰ ভোটগণনা - অসম বিধান সভা নিৰ্বাচন ২০২১
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11611335-thumbnail-3x2-vfb.jpg)
ৰাজ্যৰ আন আন সমষ্টিসমূহৰ সমান্তৰালভাৱে চিৰাং জিলাতো আৰম্ভ হৈছে অসম বিধান সভা নিৰ্বাচনৰ ভোটগণনা ৷ জিলাখনৰ বিজনী কলেজ প্ৰংগণত অনুষ্ঠিত ভোট গণনা কেন্দ্ৰত ক'ভিড প্ৰ’টকল মানি অনুষ্ঠিত কৰা হৈছে গণনা প্ৰক্ৰিয়া ৷ এই গণনা প্ৰক্ৰিয়াত অংশগ্ৰহণৰ পূৰ্বে ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ইউপিপিএল দলৰ প্ৰাৰ্থী ফনিন বড়ো আৰু বিজেপিৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায়ে ৷