বঙাইগাঁৱত বিদেশী পৰ্যটকৰ বিহু - বঙাইগাঁও
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/images/320-214-2977823-thumbnail-3x2-bihu.jpg)
বঙাইগাঁৱৰ বৰ্ষণগাঁৱত পাঁচদিনীাকৈ আয়োজন কৰা হৈছে বিহু কৰ্মশালা ৷ এই বিহু কৰ্মশালাত উপস্থিত থাকি অভিভূত হৈ পৰে জাৰ্মানীৰ দুগৰাকী পৰ্যটক ৷ বিহু নাচি, ঢোলত চাপৰ দি আনন্দত আত্মহাৰা হৈ পৰে পৰ্যটক দুগৰাকী ৷ অসমৰ বৰ্ণাঢ্য কলা-সংস্কৃতিয়ে বিমুগ্ধ কৰা বুলি মন্তব্য কৰে বিদেশী পৰ্যটক দুগৰাকীয়ে ৷