কলা শাখাত সপ্তম স্থান প্ৰাপ্ত বিশাল বিকাশৰ মন প্ৰশাসনীয় সেৱা কৰা - কলা শাখাত সপ্তম স্থান প্ৰাপ্ত বিশাল বিকাশ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 27, 2022, 2:19 PM IST

ঘোষিত হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল (HS final result 2022)। নলবাৰীৰ চাৰিগৰাকীকৈ শিক্ষাৰ্থীয়ে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে । কলা শাখাত ৰাজ্যৰ ভিতৰত সপ্তম স্থানত উজলিল নলবাৰীৰ সন্ধাৰ বিশাল বিকাশ বৈশ্য (Bishal Bikash Baishya secured 7th position in Arts)। পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ পৰা এই কৃতিত্ব অৰ্জন বিশালৰ ৷ ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মন বিশালৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.