ভড়ালী নামঘৰত সীতা হৰণ বালী বধ ভাওনা - Death anniversary of Madhavadeva
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16391827-604-16391827-1663338716174.jpg)
বৃহস্পতিবাৰে পুৱাৰ পৰাই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰা ৰাজ্যৰ সত্ৰ, নামঘৰসমূহত নিশা পৰলৈকে বিভিন্ন কাৰ্য্যসূচীৰে পালিত হ'ল শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি(Death anniversary of Madhavadeva) । কলিয়াবৰৰ সত্ৰ-নামঘৰসমূহতো পালন কৰা হয় ৪২৬ সংখ্যক মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি । কলিয়াবৰত ভাওনা প্ৰদৰ্শনেৰে কৰা হ'ল গুৰুজনাক স্মৰণ(Bhaona on Death anniversary of Madhavadeva) । মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে ঐতিহাসক ভড়ালী নামঘৰত প্ৰদৰ্শন কৰা হয় 'সীতা হৰণ বালী বধ' ভাওনা ।