Barpeta DC visits Sarthebari: কৃষকৰ ধান ক্ৰয় সন্দৰ্ভত অৱহেলা কৰাসকলক ৰেহাই নিদিয়ে প্ৰশাসনে - Barpeta DC visits Sarthebari
🎬 Watch Now: Feature Video
কাঁহশিল্পৰ নগৰী সৰ্থেবাৰীত বুধবাৰে উপস্থিত হয় বৰপেটা জিলাৰ নৱনিযুক্ত উপায়ুক্ত আয়ুস গাৰ্গ (Barpeta DC visits Sarthebari)। সৰ্থেবাৰীৰ ঐতিহাসিক কুটীৰ শিল্প কাঁহশিল্প (Sarthebari bell metal industry) পৰিদৰ্শন কৰাৰ লগতে থলুৱা কাঁহশিল্পীসকলৰ সমস্যাৰ বুজ ললে জিলা উপায়ুক্তগৰাকীয়ে (Art Inspection By Barpeta DC)। লগতে বনিয়াকুছিৰ পিতল শিল্প পৰিদৰ্শন কৰি সেই অঞ্চলৰ স্থানীয় শিল্পীসকলৰ লগতো মত-বিনিময় কৰে ৷ ইয়াৰ পিছত জিলা উপায়ুক্তগৰাকীয়ে বাদেশিলাৰ ধান ক্ৰয় কেন্দ্ৰত উপস্থিত হৈ কৃষকৰ ধান ক্ৰয় কৰা সম্পৰ্কত বুজ লোৱাৰ লগতে এই সন্দৰ্ভত অৱহেলা কৰিলে কাকো ৰেহাই দিয়া নহ'ব বুলিও মন্তব্য কৰে উপায়ুক্তগৰাকীয়ে ।