বিমান বন্দৰৰ পাতিবলৈ কাছাৰৰ ডলু চাহ বাগিছাত প্ৰশাসনে চলালে উচ্ছেদ

By

Published : May 12, 2022, 9:03 PM IST

thumbnail
কাছাৰৰ ডলু চাহ বাগিছাত প্ৰশাসনৰ উচ্ছেদ অভিযান (Eviction drive at Doloo tea estate)৷ সেউজীয়া চাহ গছৰৰ ওপৰেৰে চলিল বুলড’জাৰ ৷ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ নেতৃত্বত 250 বিঘা ভূমিত চলিল উচ্ছেদ ৷ উচ্ছেদক কেন্দ্ৰ কৰি বাগিছা শ্ৰমিক আৰু আৰক্ষীৰ মাজত সূত্ৰপাত হয় খণ্ডযুদ্ধৰ ৷ গ্ৰীণ ফিল্ড বিমান বন্দৰ নিৰ্মাণৰ (Greenfield airport)বাবে চৰকাৰে অধিগ্ৰহণ কৰিছিল বাগিছাখনৰ ভূমি ৷ উচ্ছেদৰ বিৰোধিতা কৰা একাংশ লোকক আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে আবদ্ধ কৰি ৰাখে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.