‘অসমীয়াতে সাহিত্য চৰ্চা কৰি আহিছো, অসমীয়াতে কৰি যাম’ - য়েছে দৰজে ঠংচি - য়েছে দৰ্জী ঠংছি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3963480-thumbnail-3x2-fafdf.jpg)
ই টি ভি ভাৰত অসমৰ বিশেষ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি ৷ নিজৰ সৃষ্টিৰ আটাইতকৈ ভাল লগা উপন্যাসখন, তেজপুৰৰ সৈতে থকা সম্পৰ্ক ইত্যাদি বহু কথাই ক’লে সাহিত্যিকগৰাকীয়ে ৷ চাওক ই টি ভি ভাৰত অসমৰ এক প্ৰতিবেদন..
Last Updated : Jul 27, 2019, 8:50 PM IST