ৰাজপথতে দপদপাই জ্বলি উঠিল এখন বাছ - ৰাজপথতে দপদপাই জ্বলি উঠিল এখন বাছ
🎬 Watch Now: Feature Video
বিহাৰৰ ঔৰংগাবাদ জিলাত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা ৷ ঔৰংগাবাদ কেন্দ্ৰীয় বাছ আস্থানলৈ (Aurangabad central bus station) আহি থাকোতে ৰাজপথতে দপদপাই জ্বলি উঠিল এখন বাছ ( Firefighters rushed to the spot) ৷ প্ৰাপ্ত তথ্য অনুসৰি, বাছখন কৰ্মদৰ পৰা বাছ আস্থানলৈ আহি থকা অৱস্থাতে সেইখিনি ঠাইত বাৰুদ বিস্ফোৰণ হোৱাত বাছখনত জুই লাগে (A running smart city bus suddenly caught fire) ৷ সৌভাগ্যক্ৰমে বাছখনত থকা 10 জনকৈ যাত্ৰী মৃত্যুৰ পৰা হাত সাৰে৷ অৱশ্যে এই বিধ্বংসী অগ্নিকাণ্ডৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই ৷