জোনাইত বুঢ়ী সুতিঁ নদীত নিখোজ এজন - জোনাইত বুঢ়ী সুতিঁ নদীত নিখোজ এজন ব্যক্তি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 20, 2022, 8:47 AM IST

জোনাইত সংঘটিত শোকাবহ ঘটনা । জোনাইৰ বুটী সুঁতি নদী সাঁতুৰি পাৰ হ'বলৈ লওতেই নদীৰ মাজত নিখোজ হৈ পৰে এজন লোক(A man missing in the Burhi Sutti river in Jonai) । নিখোজ হোৱা লোকজনৰ নাম কৈলাশ শৰ্মা বুলি জানিব পৰা গৈছে । ব্যক্তিগৰাকীৰ সন্ধানত SDRF আৰু আৰক্ষীয়ে অভিযান অভিযান অব্যাহত ৰাখিছে । কিন্ত বৰ্তমানলৈ কোনো ধৰনৰ সন্ধান লাভ কৰা নাই নিখোজ কৈলাশ শৰ্মাৰ । ইফালে কৈলাশ শৰ্মাৰ পৰিয়ালৰ মাজত উঠিছে কান্দোনৰ ৰোল ।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.