অনন্য জুবিনঃ টিহুৰ মঞ্চত কাক সম্বৰ্ধনা জনালে জুবিনে - টিহু
🎬 Watch Now: Feature Video
নলবাৰীৰ টিহুত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান ৷ টিহু উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন ৷ প্ৰতিকূল বতৰকো নেওচি দৰ্শক ব্যাপক সঁহাৰি ৷ মায়াবিনী , মায়া আৰু মাৰ গীতেৰে মোহাচ্ছন্ন টিহুবাসী ৷ সম্বৰ্ধনা জনোৱা চেলেঙেৰে নৱম স্থানপ্ৰাপ্ত দ্বীপশেখৰ কলিতাক সম্বৰ্ধনা জনালে জুবিন গাৰ্গে ৷ অনন্য আৰু ব্যতিক্ৰমী জুবিনৰ আন এক মহানুভৱতা ৷