একবিংশ শতিকাৰ এখন আদিম গাঁও; নাই দলং - ৰাতাবাৰী বিধানসভা সমষ্টি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3748486-thumbnail-3x2-oo.jpg)
কৰিমগঞ্জ,4 জুলাইঃ স্বাধীনতাৰ 72 বছৰৰ পাচতো আদিম যুগতেই আছে ৰাতাবাৰী বিধানসভা সমষ্টিৰ এটা এলেকা ৷ যুগৰ পিছত যুগ ধৰি পথাৰৰ আলিয়ে হৈছে এওঁলোকৰ যাতায়াতৰ একমাত্ৰ ভৰষা ৷ ৰাতাবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কাশিনাথপুৰ, কালামাগুৰা, ছোট বালিয়া, পাঠাখাউৰি, চেৰাগিবন্দ, চেৰাগী 2নং আৰু 3 নং গাঁৱত নাই কোনো বাট পথ ৷