কোৱাৰেন্টাইন কেন্দ্ৰত দুই যুৱতীৰ মন জুৰুৱা গীত

By

Published : Jun 14, 2020, 1:39 PM IST

thumbnail
শেহতীয়াকৈ মৰাণৰ এটি কোৱাৰেন্টাইন কেন্দ্ৰৰ ভিডিঅ'য়ে হৃদয় জয় কৰিছে বহুজনৰ । মৰাণ মহাবিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত বেবিমনি চাংমাই আৰু বন্দনা গগৈ নামৰ যুৱতী দুগৰাকীয়ে বিভিন্ন ধৰণৰ গীত গাই সময় অতিবাহিত কৰাৰ লগতে কোৱাৰেণ্টাইনত থকা অন্য লোক সকলকো আমোদ দিছে । এই দুগৰাকী যুৱতীৰ ঘৰ মৰাণ নগৰৰ সমীপৰ সেউজপুৰত | কৰ্মসূত্ৰে দুয়োগৰাকী যুৱতীয়ে বেংগালুৰত আছিল আৰু এতিয়া মৰাণ মহাবিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত কোৱাৰেণ্টাইন হৈ আছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.