thumbnail

By

Published : Dec 19, 2020, 10:55 AM IST

ETV Bharat / Videos

নগাঁৱৰ তিনিটাকৈ পৰিষদীয় সমষ্টিত বিজেপিৰ অগ্ৰগতি

নগাঁৱৰ দহটাকৈ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ প্ৰথম পৰ্ৰ্যায়ত পাঁচটাকৈ সমষ্টিৰ ভোটগণনা চলি আছে । প্ৰথম ৰাউণ্ডৰ তিনিটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.