thumbnail

By

Published : Jun 1, 2021, 10:42 PM IST

ETV Bharat / Videos

তিতাবৰত লোপাৰ আতংক

ক’ৰণা মহামাৰীৰ বাবে সমগ্ৰ ৰাজ্য স্তব্ধ হৈ থকা সময়তে আন এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তিতাবৰ একাংশ ক্ষুদ্ৰ চাহ খেতিয়ক ৷ লোপা নামৰ এবিধ পোকে সমগ্ৰ তিতাবৰত আতংক সৃষ্টি কৰিছে । তিতাবৰ বিভিন্ন ঠাইত শ শ বিঘা চাহ খেতি নষ্ট কৰিছে এই লোপা নামৰ পোকবিধে । যাৰবাবে এতিয়া অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়কে মূৰে কপালে হাত দিবলগীয়া হৈছে ৷ ক্ষুদ্ৰ চাহ খেতিয়কসকলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এক সু-ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.