হিমন্ত বিশ্ব শৰ্মা ইজ এ বেড এডমিনিষ্ট্ৰেটৰ : সুস্মিতা দেব - অসম মিজোৰাম সীমান্ত
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13202449-thumbnail-3x2-uyfhydf.jpg)
তৃণমূল কংগ্ৰেছৰ নৱ নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেবে মন্তব্য কৰিছে যে, অসম চৰকাৰৰ ব্যর্থতাৰ বাবেই ছিপাঝাৰৰ গৰুখুটিৰ কাণ্ড সংঘটিত হ’বলৈ পালে । একমাত্ৰ এই কাণ্ডই নহয় অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত দুস্কৃতিকাৰীয়ে অসম পুলিচৰ ছজনকৈ জোৱানক গুলিয়াই হত্যা কৰাৰ সময়ত অসম চৰকাৰৰ ভূমিকা কি আছিল বুলিও প্ৰশ্ন কৰে তেওঁ ৷ মঙলবাৰে শিলচৰত উপস্থিত হৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰীক ব্যৰ্থ আখ্যা দি ক্ষুৰধাৰ সমালোচনা কৰে ৷