অসমীয়া সু-স্বাদু খাদ্যৰে এইবাৰৰ ইটিভি ভাৰতৰ 'সঁফুৰা' - ইটিভি ভাৰতৰ 'সঁফুৰা'
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-9466904-thumbnail-3x2-iojpg.jpg)
এইবাৰৰ ইটিভি ভাৰতৰ 'সঁফুৰা' ব্যতিক্ৰমী ৰূপত ৷ এইবাৰৰ অনুষ্ঠানত অসমীয়া সু-স্বাদু খাদ্যক আটকধুনীয়াকৈ সজাই তোলাৰ কৌশল লৈ আহিছে ফুড ডিজাইনাৰ কাশ্মিৰী বৰকাকতী নাথে ৷ পিঠাৰ পৰা আৰম্ভ কৰি মাছৰ টেঙা, আলু পিটিকা, ঔটেঙাৰে মাটি মাহৰ দাইললৈ...সকলো খাদ্যৰে জুটি পাব এই অনুষ্ঠানত ৷