"সময় অসময়" ত এইবাৰৰ অতিথি ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা - CAB according to Justice Biplab kumar Sarma
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3526261-851-3526261-1560238098939.jpg)
ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ ৰায়ৰ বাবেই নতুন মোৰ লৈছিল বাংলাদেশী প্ৰৱজনকাৰীৰ বিষয়টোৱে ৷ তেখেতৰ মতে, বাংলাদেশীক খেদি পঠিওৱাটো এতিয়া সহজ কথা হৈ থকা নাই ৷ CAB কৈ লৈও ৰাজনীতি কৰাৰ অভিযোগ ন্যায়াধীশগৰাকীৰ ৷ সাম্প্ৰতিক ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিৰ সন্দৰ্ভত আৰু বহু কথাই ক'লে ন্যায়াধীশ গৰাকীয়ে..