thumbnail

ক'ভিড পৰিস্থিতি - প্ৰতিকূল বতৰৰ বাবে সমস্যাত পৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক

By

Published : May 21, 2021, 6:54 PM IST

ৰাজ্যৰ ক'ভিড পৰিস্থিতি আৰু প্ৰতিকূল বতৰৰ বাবে সমস্যাৰ সন্মুখীন হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকল ৷ চাহৰ উৎপাদন নিম্নগামী, শ্ৰমিকৰ সমস্যা আৰু ৰাসায়নিক সাৰ কীটনাশক ঔষধৰ অত্যাধিক মূল্যবৃদ্ধিৰ কাৰণে ভীষণ সমস্যাত ভুগিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল ৷ চাহৰ উৎপাদন নিম্নগামী আৰু চাহপাতৰ সঠিক মূল্য লাভ নকৰাত পৰিয়াল চলাবলৈও অসুবিধা হৈছে একাংশ চাহ খেতিয়কৰ । ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ৰাজ্য চৰকাৰক এককালীন সাহাৰ্য প্ৰদান কৰিবৰ বাবে আহ্বান জনাইছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.