বৰপথাৰৰ এজন যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টা - ব্যতিক্ৰমী প্ৰচেষ্টা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4396338-thumbnail-3x2-sapomika---copy.jpg)
গোলাঘাটৰ বৰপথাৰৰ এজন যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টা ৷ বৰপথাৰৰ মৃগাংক বৰা নামৰ যুৱক জনে ব্যক্তিগত প্ৰচেষ্টাৰে নিজ গৃহত স্থাপন কৰিছে ' চপনিকা' নামেৰে এটি ক্ষুদ্ৰ উদ্যোগ ৷ উদ্যোগটোৰ জৰিয়তে যুৱক জনে দেখুৱাইছে স্বাৱলম্বিতাৰ বাট, চাওক আমাৰ এক প্ৰতিবেদন...