সৰুক্ষেত্ৰীত বিজয় ধ্বজা উৰুৱালে জাকিৰ হুছেইন সিকদাৰে - ভোটগণনা 2021
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11620707-thumbnail-3x2-img.jpg)
সৰুক্ষেত্ৰীত বিজয় ধ্বজা উৰুৱালে জাকিৰ হুছেইন সিকদাৰে ৷ প্ৰায় ৩০ হাজাৰ ভোটৰ ব্যৱধানত এআইইউডিএফৰ মীনাক্ষী ৰহমানক পৰাজিত কৰি বিজয় সাব্যস্ত কংগ্ৰেছ কৰে প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰে ৷ লগতে ধনীৰ লগত দুখীয়াৰ জয় বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে জাকিৰ হুছেইন সিকদাৰে ৷