পুৱাই সপৰিয়ালে জগন্নাথ মন্দিৰত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা
ভোটাধিকাৰ সাব্যস্ত কৰাৰ পূৰ্বে সপৰিয়ালে বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা উপস্থিত হ'ল নগাঁৱৰ জগন্নাথ মন্দিৰত ৷ মন্দিৰত সেৱা লৈ ভোটাধিকাৰ সাব্যস্ত কৰিব বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ নগাঁৱৰ সাংবাদিক ৰকিবুল ৱাহিদৰ এক প্ৰতিবেদন...