পুৱাই ভোট গণনা কেন্দ্ৰত বিধায়ক ঋতুপৰ্ণ বৰুৱা - assam news
🎬 Watch Now: Feature Video

ডিব্ৰুগড়, 23 মে': ডিব্ৰুগড়ৰ ভোট গণনা কেন্দ্ৰত উপস্থিত বিধায়ক ঋতুপৰ্ণ বৰুৱা ৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী বিগত নিৰ্বাচনৰ তুলনাত দুগুণ ভোটত বিজয়ী হ'ব বুলি মন্তব্য বিধায়কগৰাকীৰ৷