উদ্ধাৰৰ পিছতে সংবাদ মাধ্যমক সম্বোধন অ’এনজিচি কৰ্মচাৰীৰ

By

Published : Apr 25, 2021, 11:06 AM IST

thumbnail
আলফাৰ দ্বাৰা অপহৃত তিনি অ’এনজিচিৰ কৰ্মচাৰীৰ ভিতৰত দুজন কৰ্মচাৰী ক্ৰমে মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক শনিবাৰে সেনা-আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ ইয়াৰ পাচতে চৰাইদেউ আৰক্ষীক গতাই দিয়া হয় দুই কৰ্মচাৰীক ৷ দেওবাৰে পুৱা মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক চৰাইদেউ আৰক্ষীয়ে সোণাৰিৰ সদৰ থানালৈ অনাৰ পিছত দুয়োগৰাকীয়ে এক স‌ংবাদমেল সম্বোধন কৰে । দুয়ো গৰাকী কৰ্মচাৰীয়ে বৰ্ণনা কৰিলে অপহৰণ কাণ্ডৰ কথা । উল্লেখ্য যে, আলফা-এনএছচিএনৰ সৈতে সামৰিক বাহিনীয়ে সংঘৰ্ষ হোৱাৰ মুহুৰ্তত সংযোগ বিছিন্ন হৈছিল ৰিতুল শইকীয়াৰ সৈতে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.