thumbnail

By

Published : Apr 4, 2020, 9:48 PM IST

ETV Bharat / Videos

ৰাইজলৈ কি আহ্বান জনালে ৰবি শৰ্মাই ?

লক ডাউনৰ সময়ত ঘৰতে থাকি সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ লগতে দৈনন্দিন শাৰীৰিক ব্যায়াম কৰিবৰ বাবে পৰামৰ্শ আগবঢ়ালে অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই ৷ লগতে সকলোকে চাফ-চিকুনকৈ থাকিবলৈ অনুৰোধ জনালে অভিনেতাগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.