বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন প্ৰতিবাদ অব্যাহত - শ্বেখ হাছিনা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 26, 2021, 10:58 PM IST

বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন প্ৰতিবাদত হোজাইত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ বৃহৎ প্রতিবাদী সমদল । বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ সদস্য সকলে হাতে হাতে বেনাৰ, প্লে-কার্ড, আদি লৈ হোজাই চহৰত এক বৃহৎ প্রতিবাদী সমদল উলিয়ায় । প্রতিবাদকাৰীসকলে শ্বেখ হাছিনা মুর্দাবাদ, বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ নচলিব, বাংলাদেশত হিন্দুক সুৰক্ষা প্ৰদান কৰক আদি শ্ল'গানেৰে ৰাজ পথ উত্তাল কৰি তোলে প্রতিবাদকাৰীসকলে বাংলাদেশত হিন্দুৰ ওপৰত চলা নির্যাতন শীঘ্ৰে বন্ধ কৰিবলৈ বাংলাদেশ চৰকাৰক সকিয়াই দিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.