thumbnail

By

Published : Nov 8, 2021, 10:34 PM IST

ETV Bharat / Videos

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠনৰ প্ৰতিবাদ

নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে পে'ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰা, বৰ্ধিত গাড়ী ভাড়া আদায় বন্ধ কৰা, বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ বন্ধ কৰা আদি দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠনে । সোমবাৰে মহানগীৰ জজ খেলপথাৰৰ পৰা মেঘদূত ভৱনলৈ প্ৰতিবাদী সমদল উলিয়াই সংগঠনটোৱে ৷ ৫ দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে সংগঠনটোৱে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.