Rashleela: টীয়কত ক’ভিড প্ৰট’কলৰ মাজেৰে ৰাসৰ পূৰ্ণ প্ৰস্তুতি - preparation for rash
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13655721-thumbnail-3x2-t.jpg)
ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে টীয়কতো ৰাস(Rakh) মহোৎসৱৰ প্ৰস্তুতিত ব্যস্ত ৰাস কমিটী আৰু স্থানীয় ৰাইজ ৷ টীয়কৰ ঐতিহাসিক তথা 64 বছৰ গৰকা কমাৰখাটোৱাল ৰাস উদযাপন সমিতিৰ লগতে অঞ্চলবাসী এতিয়া ব্যস্ত ৰাসৰ আখৰাত । চৰকাৰে বান্ধি দিয়া ক’ভিড প্ৰট’কল(Covid Protocol) মানি ৰাসৰ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে । বৃহস্পতিবাৰে দুদিনীয়া কাৰ্যসূচীৰে ৰাস উদযাপন কৰা হ’ব টীয়কত ৷