thumbnail

By

Published : Jul 22, 2019, 3:34 PM IST

ETV Bharat / Videos

হৃদয় সেমেকা এক দৃশ্য : খাদ্যৰ সন্ধানত এজাক মানুহৰ মৰণপণ দৌৰ

ভালকৈ মন কৰক আপোনাৰ স্ক্ৰীণত প্ৰত্যক্ষ কৰা এই দৃশ্য ৷ নিশ্চয় ছবিখনে হৃদয় সেমেকাই তুলিব আপোনাৰো ৷ এইয়া বানে ধোৱা গহপুৰৰ দৃশ্য ৷ ব্ৰহ্মপুত্ৰৰ প্ৰৱল বানে সলনি কৰি দিলে শত সহস্ৰাধিক ৰ জীৱনৰ গতি পথ । এই বেলি বানত গহপুৰৰ ৬০ শতাংশ বুৰ গৈছিল ।বুৰ গৈছিল গহপুৰৰ কল্যানপুৰ পঞ্চায়তৰ ডিপৰাকে ধৰি বৃহত্তৰ অঞ্চল । এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.