IPS Ananda Mishra বাহিনীলৈ লাঠী লৈ চোচা ল’লে কোনে ? - আনন্দ মিশ্ৰ\
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13605717-thumbnail-3x2-hjfj.jpg)
আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনীক আক্ৰমণ । কৰ্তব্যৰত আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিলে উদণ্ড লোকে । ৰূপহীহাটৰ তেলিয়াচাপৰী গাঁৱত সংঘটিত হৈছে আৰক্ষীক আক্ৰমণৰ এই ঘটনা । মহিলাসহ একাংশ উদণ্ড লোকে হাতত লাঠি আৰু ইটা লৈ ৰাজপথলৈ ওলাই আহি আৰক্ষীৰ জোৱানৰ ওপৰত চলালে এই আক্ৰমণ । চাওঁ আহক ঘটনাৰ সবিশেষ ৷