thumbnail

By

Published : Oct 17, 2021, 10:14 PM IST

ETV Bharat / Videos

ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে বঙাইগাঁৱত NSUI‌ ৰ উত্তাল প্ৰতিবাদ

প্ৰতিবাদত উত্তাল হ’ল বঙাইগাঁৱৰ ৰাজপথ ৷ দেওবাৰে বঙাইগাঁও জিলা NSUI‌ ৰ উদ্যোগত অভয়াপুৰীৰ লতিবাৰীত ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে সাব্যস্ত কৰা হয় এক উত্তাল প্ৰতিবাদ ৷ এই প্ৰতিবাদস্থলীতেই ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰী সকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.