NRC য়ে সৰ্বস্বান্ত কৰিলে এটা পৰিয়ালক! - ৰাষ্ট্ৰীয় নাগৰিক পঞ্জি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4077486-thumbnail-3x2-k.jpg)
৩১ আগষ্টত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জিৰ সম্পূৰ্ণ খচৰা । মাজত মাত্ৰ কেইটামান দিন বাকী থকাত সেৱা কেন্দ্ৰ সমূহত ভিৰ কৰিছে পুনৰীক্ষণৰ বাবে অহা অজস্ৰ লোকে । কিন্তু NRC য়ে সৰ্বস্বান্ত কৰিলে এটা পৰিয়ালক ! চাওক এক প্ৰতিবেদনঃ