নৈশ সান্ধ্য আইন: সম্পুৰ্ণ স্তব্ধ হৈ পৰিছে তিনিচুকীয়া

🎬 Watch Now: Feature Video

thumbnail
কৰ’ণাৰ দ্বিতীয় ঢৌৱে এতিয়া ব্যাপক প্ৰভাৱ পেলাইছে সমগ্ৰ অসমত । তিনিচুকীয়াতো দিনক দিনে বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা । যাৰ বাবে মঙলবাৰৰ পৰা 1মে'লৈ নিশা 8 বজাৰ পৰা পুৱা 5 বজালৈ নৈশ সান্ধ্য আইন ঘোষণা কৰা হৈছে । তিনিচুকীয়াত 1 এপ্ৰিলৰ পৰা আজি পর্যন্ত 416 গৰাকী ক’ভিড পজিটিভ পোৱা গৈছে তাৰে 333 গৰাকীক হোম কোৱাৰেন্টাইত থাকিবলৈ দিয়া হৈছে ৷ আনহাতে এই পৰ্যন্ত আৰোগ্য লাভ কৰিছে 98 গৰাকী ৰোগীয়ে ৷ মঙলবাৰৰ দিনটোত তিনিচুকীয়াত 40 গৰাকী লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.