" বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপি আৰু এজিপিৰ সৈতে একেলগে নিৰ্বাচন খেলিম " - নেডাৰ চতুৰ্থ সমাৰোহ হাগ্ৰামা মহিলাৰী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4385820-thumbnail-3x2-btc---copy.jpg)
নেডাৰ চতুৰ্থ সমাৰোহত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ঘোষণা ৷ অনাগত বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপি আৰু এজিপিৰ সৈতে একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ৷ 2021 চনৰ বিধানসভা নিৰ্বাচনতো একেলগে নিৰ্বাচন খেলিব বি পি এফে ...........