National Press Day 2021 : বোকাখাতত "সংবাদ মাধ্যমক কোনে ভয় নকৰে ?" শীৰ্ষক আলোচনাচক্ৰ - প্ৰেছ দিৱস
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13649832-thumbnail-3x2-jdjd.jpg)
বোকাখাত মহকুমা প্ৰশাসন, বোকাখাত মহকুমা তথ্য আৰু জনসংযোগ বিভাগ, বোকাখাত মহকুমা সাংবাদিক সংস্থা, বোকাখাত প্ৰেছ ক্লাৱ, ইলেক্ট্ৰনিক মেডিয়া জাৰ্নেলিষ্ট এছচিয়েছনৰ সহযোগত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস । প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি "সংবাদ মাধ্যমক কোনে ভয় নকৰে ?" শীৰ্ষক আলোচনাচক্ৰও অনুষ্ঠিত হয় ৷ আলোচনাচক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বোকাখাত জেডিএচজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জয়ন্ত গগৈ, বোকাখাতৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি সৌভিক দত্ত, বোকাখাত মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাৰ লগতে বোকাখাত, কাজিৰঙা আৰু কমাৰগাঁৱৰ জেষ্ঠ, কনিষ্ঠ সাংবাদিক সকল ৷