নগাঁৱৰ ধুনীয়া ভোটকেন্দ্ৰবোৰ - ইটিভি ভাৰত
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/images/320-214-3036791-thumbnail-3x2-na1.jpg)
নগাঁৱত স্থাপন কৰা হৈছে 6 টাকৈ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ ৷ আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ভোটকেন্দ্ৰসমূহ ৷ ভোটকেন্দ্ৰসমূহত মহিলা, শিশু তথা বিশেষ ভাৱে সক্ষম লোকৰ বাবে কৰা হৈছে বিশেষ ব্যৱস্থা ৷ নগাঁও চৰকাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা হৈছে আদৰ্শ ভোটকেন্দ্ৰ।
নগাঁৱৰ পৰা ৰকিবুল ৱাহিদৰ প্ৰতিবেদন