মৰাণত চক্ৰধৰ গগৈয়ে সাব্যস্ত কৰিলে ভোটদান - মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে সাব্যস্ত কৰিলে ভোটদান প্ৰক্ৰিয়া
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11176241-thumbnail-3x2-img.jpg)
আজি পুৱাৰে পৰা আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া । মৰাণত পুৱাৰে পৰা ভোটাৰ ৰাইজে ভিৰ কৰিছে ভোটদান কেন্দ্ৰত ৷ মৰাণত এইবাৰ ১,৪২,৪৯৩ জন ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৬ জনকৈ প্ৰাৰ্থীৰ । ক'ভিড প্ৰ’টকল মানি ভোটাৰ সকলক ভোট দিবলৈ ব্যৱস্থা প্ৰদান কৰিছে স্বাস্থ্য বিভাগে । মৰাণ মধ্য ইংৰাজী বিদ্যালয় ভোট কেন্দ্ৰত ভোটদান সাব্যস্ত কৰিছে বিধায়ক তথা বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈয়ে ।