পঞ্চায়তৰ কৰ্মচাৰীৰ কামনাৰ বলি হৈ অন্ত:সত্ত্বা হ'ল কিশোৰী - অন্ত:সত্ত্বা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13308721-thumbnail-3x2-mjghjul.jpg)
আমগুৰিত পঞ্চায়তৰ কৰ্মচাৰীৰ কামনাৰ বলি হৈ অন্তসত্বা হ'ল এগৰাকী কিশোৰী ৷ অভিযুক্ত নামতি পুলৰ জনৈক গগৈ খনামুখ গাঁও জি আৰ এচ হিচাপে কৰ্মৰত বুলি জানিব পৰা গৈছে ৷ অভিযুক্তৰ ঘৰত বনকৰা হিচাপে আছিল কিশোৰী গৰাকী ৷ দীৰ্ঘদিন ধৰি কিশোৰীগৰাকী বনকৰা হিচাপে থকাৰ পিছতে কামনাৰ বলি হয়। ইতিমধ্যে কিশোৰীগৰাকী ৭ মাহৰ অন্ত:সত্ত্বা বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত কিশোৰীৰ মাতৃয়ে আমগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।