ইটিভি ভাৰতযোগে ৰঙালী বিহুৰ শুভেচ্ছা জনালে মন্ত্ৰী ৰঞ্জিত দত্তই - মন্ত্ৰী ৰঞ্জিত দত্তৰ বিহুৰ শুভেচ্ছা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11419969-thumbnail-3x2-r.jpg)
বৃহস্পতিবাৰে ইটিভি ভাৰতৰ জৰিয়তে ৰঙালী বিহুৰ শুভেচ্ছা জনালে মন্ত্ৰী ৰঞ্জিত দত্তই ৷ বিহালীবাসীৰ লগতে সমগ্ৰ অসমবাসী ৰাইজলৈ বিহালী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্তই বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে ৷